অসমৰ ৩৪ খন জিলাৰ প্রতিখন গাওঁত একোটাকৈ ট্রেইনিং চেন্টাৰ খুলা হ'ব আৰু চেন্টাৰবোৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী, গৃহণী-বিধৱা আদি কৰি যথাসম্ভৱ সকলোকে প্রশিক্ষণ দি আত্ম-সংস্থাপন কৰাই আমাৰ মূল লক্ষ্য ।
অসম মুঠ ২২০১ টা গাওঁ পঞ্চায়ত এলেকাৰ প্রতিটোতে নিম্নতম ৩টাকৈ ট্রেইনিং চেন্টাৰ থাকিব । নিজ নিজ গাওঁ-পঞ্চায়ত এলেকাৰ শিক্ষিত যুৱক-যুৱতী, নিবনুৱা ডেকা-বুঢ়া সকলোৱে আমাৰ ট্রেইনিং চেন্টাৰ লৈ নিজ ঘৰ বা অঞ্চলত একোটাকৈ ট্রেইনিং চেন্টাৰ খুলি কম্পিউটাৰ শিক্ষা আৰু টেইলোৰিংৰ প্রশিক্ষণ দি আত্ম-সংস্থাপন কৰিব পাৰে ।



0 Comments